ড°ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

ড° গোলোকচন্দ্ৰ গোস্বামী (Assamese) [ Roman: doc.tor go`.lo`k son.dro go`.swa.mi]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2011-09-07
1. Personalities(Proper Noun-Masculine) an Assamese linguist of repute, former professor and head of the Assamese department of Gauhati University. Axomiya Golok Vyakoron, Axomiya Vyakoronor Moulik Bisar, Axomiya Vyakoron-Prabesh etc. are some of his valuable contributions to the study of Assamese grammar. অসমৰ এজন ভাষাতাত্বিক পণ্ডিত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন অধ্যাপক৷অসমীয়া গোলোক ব্যাকৰণ, অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ,অসমীয়া ব্যাকৰণ-প্ৰৱেশ আদি তেখেতৰ ৰচিত পুথি৷